শ্ৰেণী ৰাষ্ট্ৰীয়

লাভলীনা : স্বৰ্ণজয়লৈ আৰু কিমান দূৰ ?

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ অসম কন্যা লাভলীনাক লৈ এতিয়া সপোন দেখিছে দেশবাসীয়ে। মেৰীকমৰ পিছতে দেশৰ অন্যতম মহিলা বক্সাৰ হিচাপে এটা সুকীয়া পৰিচয় আছে লাভ’লীনাৰ। অৱশ্যে দুৰ্ভাগ্যজনক ভাৱে অলিম্পিক ২০২০ৰ পৰা মেৰীকমে বিদায় লোৱাৰ পিছতে দেশবাসীৰ শেষ আশা ওলমি ৰৈছিল অসমৰ…

লাভলীনা : অসুখীয়া মাতৃৰ মুখত ফুলিছে সৰগৰ হাঁহি

টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ বাবে সেই কষ্টৰ বোজা অলপ হ’লেও পাতল কৰি দিছিল লাভলীনাৰ সফলতাৰ বাতৰিয়ে ৷ আজি যেন পৃথিৱীৰ সকলো সুখ ঢোলে দগৰে নামি আহিছে বৰপথাৰৰ ঘৰখনলৈ ৷ অসুখীয়া মাকৰ মুখত ফুলি উঠছে  সৰগৰ হাঁহি ৷ এই প্ৰাপ্তিৰ তুলনা কেৱল পদকেৰে নহয় , এটা পৰিয়ালৰ নীৰৱ সংগ্ৰামৰ পৰিক্ৰমাৰেও হ’ব ৷

অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি

উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম – মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো আৰক্ষী আৰু…

মীৰাবাঈ : অলিম্পিকত ৰূপৰ পদক জয় কৰি ক’লে এই ৫টা গুৰুত্বপূ্ৰ্ণ কথা –

টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচিলে মণিপুৰৰ কন্যা মীৰাবাঈ চানুয়ে ৷ ভাৰত্তোলনৰ ৪৯ কেজি শাখাত দেশৰ হৈ প্ৰথমটো পদক জয় কৰি কৰি তেও কেবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে ৷ মীৰাবাঈ চানুৰ ৫ টা মূল মন্তব্য – “মই বিগত ৫…

অলিম্পিক : ছানিয়া মিৰ্জা – অংকিতা ৰাইনাৰ অবিশ্বাস্য পৰাজয়

টকিঅ’ অলিম্পিকত এক অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হৈ মহিলা টেনিছৰ ডাবলছৰ পৰা বিদায় মাগিবলগীয়া হ’ল ছানিয়া মিৰ্জা আৰু অংকিতা ৰাইনা যুটীয়ে ৷ বিজয়ৰ পৰা কিছু দূৰৈত থমকি ৰ’ল ছানিয়া – অংকিতা ৷ ইয়াৰ লগে লগে মহিলা টেনিছৰ ডাবলছৰ সকলো আশা নিৰ্বাপিত…

জলপ্ৰলয়ত প্ৰাণ গ’ল ১১২ জন লোকৰ , সন্ধানহীন ৯৯

মহাৰাষ্ট্ৰত সৃষ্টি হোৱা জলপ্ৰলয়ে ভয়ানক ৰূপ লৈছে ৷ দ্য ইন্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ৰাজ্যখনত বান আৰু ভূমিস্খলনত শেহতীয়াকৈ ১১২ জন লোকৰ প্ৰাণহানি হোৱাৰ উপৰি ৯৯ জন লোক নিৰুদ্দিষ্ট হৈ আছে ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ…

আজি অসমলৈ অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ  অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ’ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন ৰেডিয়েশ্যন থেৰাপি ব্লক আৰু লিনিয়াৰ এক্সেলেটৰ মেচিনৰ শুভাৰম্ভ…

মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক

সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু…

কি সাজেৰে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব লাভলীনা -মেৰী কমে?

আজিৰে পৰা আনুষ্ঠানিভাবে আৰম্ভ হ’ব টকিঅ’ অলিম্পিক ৷ কিছুসংখ্যক অতিথিৰ উপস্থিতিত ক্ষন্তেক পাছতে আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ তাৰকা বক্সাৰ মেৰী কম আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৷ মেৰী কমৰ লগতে ভাৰতীয় পুৰুষ হকী দলৰ…

শিল্পা চেট্টীয়ে পাব নেকি আৰক্ষীৰ চমন ?

পৰ্ণ চিনেমা নিৰ্মান আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আৰু তেওৰ সহযোগী ৰায়ান থৰ্প অহা ২৭ জুলাই পৰ্যন্ত থাকিব লাগিব আৰক্ষীৰ জিন্মাত ৷ দু্যোজন অভিযুক্তক মঙলবাৰ পৰ্যন্ত নিজৰ জিন্মাত বিচাৰি আদালতত আবেদন জনাইছিল মুম্বাই আৰক্ষীয়ে…