শ্ৰেণী ৰাষ্ট্ৰীয়

হৃদৰোগত আক্ৰান্ত হৈ নহয় অন্য কাৰণতহে মৃত্যু হৈছিল অভিনেতা সিদ্ধাৰ্থ শুক্লাৰঃ ৰাখী সাৱন্ত

বিগত ৫ দিন পূৰ্বে ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি অভিনেতা সিদ্ধাৰ্থ শুক্লাই । অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে কেৱল তেওঁৰ ঘনিষ্ঠ আৰু প্ৰিয়জনকেই বিচলিত কৰাই নহয় সমগ্ৰ ছবি উদ্যোগটোকো হতবাক কৰি তুলিছে এই অনাকাংক্ষিত খবৰটোৱে। এতিয়া অভিনেতাজনৰ অকাল মৃত্যুত বহুতো অনুৰাগী ভাগি…

দেশত ত্ৰাস সৃষ্টি কৰা কি এই ভাইৰেল জ্বৰ? আক্ৰান্ত হ’ব পাৰে নেকি আপোনাৰ সন্তান?

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভাইৰেল জ্বৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত কেইদিনমানত উত্তৰ প্ৰদেশ-বিহাৰ আৰু মধ্য প্ৰদেশত ডেংগু আৰু ভাইৰেল জ্বৰৰ ঘটনা ভয়ানক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। চিন্তাৰ বিষয় এইটোৱেই ৰোগীসকলৰ ভিতৰত অধিক সংখ্যকেই হৈছে শিশু। উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য…

কি নতুন ৰণনীতিৰে জম্মুত কংগ্ৰেছৰ ৰাজকুমাৰ?

২ দিনীয়া ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ৯ আৰু ১০ ছেপ্টেম্বৰৰ জম্মু ভ্ৰমণ সম্পৰ্কে এবিপি নিউজৰ সৈতে বাৰ্তালাপ কৰি জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোলাম আহমেদ মীৰে কয় যে বৃহস্পতিবাৰে জম্মু বিমানবন্দৰত দিল্লীৰ পৰা পোনপটীয়াকৈ অৱতৰণ…

গৰু কেনেকৈ ৰাজনৈতিক জন্তুত পৰিণত হ’ল ?

গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু ৷ প্ৰাথমিক বিদ্যালয়ত গৰু বিষয়ক ৰচনা এইদৰেই লিখিবলৈ শিকোৱা হয় ৷ কিন্তু এটা শিশুয়ে যেতিয়া প্ৰাথমিক বিদ্যালয় , বিদ্যালয়ৰ দেওনা পাৰ হৈ ভোট দিব পৰা হয়গৈ , তেতিয়ালৈ তেও ভালদৰেই বুজি উঠে যে গৰু এবিধ…

IPLত সংযোজন হব দুটাকৈ নতুন দল, BCCI ৰ তালিকাত গুৱাহাটী

বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়ায় লীগ(IPL) ত সংযোজন হব দুটাকৈ নতুন দল। BCCI এ প্ৰকাশ কৰা ৬ চহৰৰ এখন বিশেষ তালিকাত গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। গুৱহাটীৰ লগতে নাম অন্তৰ্ভুক্ত আছে ৰাচি, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা চহৰৰ। প্ৰাপ্ত তথ্য…

গ্ৰেপ্তাৰ হব পাৰে অভিনেতা চলমান খান,অক্ষয় কুমাৰ ৰ লগতে ৩৮ গৰাকী বলিউডৰ নামি দামী তাৰকা

প্ৰায় ২ বছৰ পূৰ্বতে হায়দৰাবাদত সংঘটিত এটা ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বলিউডৰ ৩৮ গৰাকী তাৰকাৰ বিৰুদ্ধে। ৪ লম্পটে ধৰ্ষণ কৰি জ্বলাই দিছিল এগৰাকী যুৱতীক আৰু ঘটনাক লৈ সৰব হৈ পৰিছিল বলিউডৰ শিল্পী সমাজ। ন্যায় বিচৰাৰ সময়তেই একাংশ বলিউড…

ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?

তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয় সেনাৰ বিৰুদ্ধে কোনো নতুন…

ক’ভিড ৰ পাছত এইবাৰ ‘নিপা ভাইৰাছ’ৰ আতংকই জোকাৰিছে দেশ

সমগ্ৰ বিশ্বতে ক’ভিদৰ বিভীষিকা মাৰ নৌ যাওঁতেই এইবাৰ ভাৰতত নতুন এক ভাইৰাছে ট্ৰাসৰ সৃষ্টি কৰিছে। ক’ৰণাৰ মাজতে আহিছে এইবাৰ নিপা ভাইৰাছৰ আতংক। কেৰেলা আৰু তামিলনাডুৰ বিস্তীৰ্ণ অঞ্চলযুৰি ত্ৰাসৰ সৃষ্টি কৰিছে নীপা ভাইৰাছে। কেৰেলাত বৰ্তমানলৈকে ১১জন লোকৰ দেহত ধৰা পৰিছে আৰু…

নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ বাহিনীৰ ১২…

আকৌ আহিছে ক’ভিডঃ একে দিনাই দেশত আক্ৰান্ত ৪০,০০০

দেশত অব্যাহত আছে ক’ভিডৰ কালৰূপ। ৰোগীৰ সংখ্যা প্ৰতিদিনে প্ৰায় ৪০০০০ বৃদ্ধি হৈ আছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে ৰাতিপুৱা প্ৰকাশ কৰিছে এই তথ্য । মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত ৩৮,৯৪৮ নতুন ৰোগী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। বিগত ২৪ ঘণ্টাত…