Browsing Category
গুৱাহাটী
শীঘ্ৰেই গুৱাহাটীত মুখামুখি হ’ব নেকি ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মনীষ চিছোডিয়াৰ?
দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানিৰ গোচৰ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ। কিন্তু কিয়? এই প্ৰতিবেদনত সবিশেষ-
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…
স্মাৰ্ট চিটী গুৱাহাটীৰ এই অৱস্থা কিয় ? শ শ কৌটিৰ হিচাপ দিব কোনে?
বৰছলা বিলৰ বাবে ২১৫ কৌটি , ভৰলুৰ বাবে ৪৪৪ কৌটি , মৰা ভৰলুৰ বাবে ৪৮৮ কৌটি , দীপৰ বিলৰ বাবে ২৫০ কৌটি – এয়া কোনো কাল্পনিক হিচাপ নিকাচ নহয় ৷ গুৱাহাটী মহানগৰৰীৰ স্মাৰ্ট চিটী প্ৰজেক্টৰ প্ৰকল্প প্ৰতিবেদনত এই প্ৰকল্পসমূহৰ বাবে নিৰ্দিষ্ট ধনৰাশি…
‘ই ডি’ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰতিবাদ কৰিবলৈ আহি আটক ভূপেন বৰা আৰু…
আজি ইডিৰ সন্মুখত হাজিৰ হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে।
গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে।ৰাজীৱভৱনৰ পৰা…
ইংৰাজী পঢ়িব নজনাসকললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ইংৰাজী পঢ়িব নজনাসকললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কিয় ইংৰাজী নজনাসকলক সমবেদনা জনালে মুখ্যমন্ত্ৰী শৰ্মাই? সবিশেষ চাওঁক এই প্ৰতিবেদনত-
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে…
সাৱধান: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ
ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়?
https://youtu.be/C9buUq7yEvk
নতুন মন্ত্ৰীসভাত কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল?
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৃহৎ সালসলনি, ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল? চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে নতুন দায়িত্ব কিয় হ’ব প্ৰত্যাহ্বানপূৰ্ণ ? চাওক এই প্ৰতিবেদনত-
https://youtu.be/Ule5y6U90Vk
এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই?
এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই? অসমৰ সকলো বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা, নাই কম্পিউটাৰ-ইন্টাৰনেট সেৱা, নাই বিদ্যুৎ৷ কেনেকৈ ভালফল দেখুৱাব চৰকাৰী বিদ্যালয়ে?
https://youtu.be/vOqCrWJK-tg
মন্ত্ৰীসভাৰ সালসলনি : ৰঞ্জিত দাসৰ বাবে অশনি সংকেত, বিমল বৰাৰ ক্ষমতা কৰ্তন, চন্দ্ৰমোহন পাটোৱাৰীৰ…
বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী…
মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?
কঁপিছে গুৱাহাটী।প্ৰতিকূল বতৰ আৰু আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰী পৰিয়ালৰ পি পি ই কিট কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী কঁপালে বিৰোধী দল-সংগঠনে।
https://youtu.be/vNgf6ax7hPI
কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে?
কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে? এনএইছএমৰ বিষয়াক সন্মুখত ৰাখি এটা এটা প্ৰশ্ন সুধিলে অখিল গগৈয়ে৷ অখিল গগৈৰ প্ৰশ্নত কি উত্তৰ দিলে এনএইছএমে? এক প্ৰতিবেদন৷
…