Browsing Category
শীৰ্ষ সংবাদ
মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-
দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা কৰিছে , তেনেহ’লে ই…
২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -১
অৰূপ কলিতাৰ কলমত-
“ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল তেওক ৷ তেওৰ বাবে মই…
ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?
জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷…
ডেৰশ সংখ্যালঘু বুদ্ধিজীৱীৰে কি আলোচনা হিমন্ত বিশ্ব শর্মাৰ?
মুছলমান অধ্যুষিত অঞ্চলত দ্ৰগ জনসংখা বৃদ্ধি সন্দর্ভত মুছলমান বুদ্ধিজীৱীৰে অলোচনাত বহিল মুখ্যমন্ত্ৰী৷ৰাজ্যৰ প্ৰায় ডেৰশ সংখ্যালঘু বুদ্ধিজীৱী-সচেতন নাগৰিকৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ৷
উল্লেখযোগ্য যে,মুছলমান সমাজৰ মাজত ব্যাপক…