সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক লোকৰ শৰীৰলৈ সংক্ৰমণ ক’ৰোনা

সমগ্ৰ দেশত কোভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা ৫০ লাখতকৈ অধিক হৈছে। ইয়াৰে প্ৰায় ৩ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ ঘণ্টাত ভাৰততো নতুনকৈ ৬,০৮৮ টা কোভিড-১৯ পজিটিভ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ২৪…

পুনৰ ৩ মাহলৈ EMI ৰেহাই ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলোধৰণৰ টাৰ্ম লোন আৰু ৱৰ্কিং কেপিটেল লোনৰ ওপৰত পুনৰ ৩ মাহৰ মৰেটৰিয়াম ঘোষণা কৰিছে। জুন মাহৰ পৰা আগষ্ট মাহলৈ পাৰ্ছ'নেল লোন, হোম্ লোন, কাৰ্ লোন, ক্ৰেডিট কাৰ্ডৰ বিল আদিৰ EMIত ৩ মাহৰ ৰেহাই লাভ কৰিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…

নতুনকৈ ৭ জন ক’ৰোনা পজিটিভ ,অসমত মুঠ ২১০

২১০ লৈ বৃদ্ধি পালে অসমত ক'ৰোনা ৰোগীৰ সংখ্যা ৷ তেজপুৰৰ আঞ্চলিক কোৱাৰেন্টাইন চেন্টাৰত থকা ৭ গৰাকী লোক নতুনকৈ ক'ৰোনাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ ????Alert ~ 7 persons at Zonal Quarantine Centre at…

আৰু ৭ গৰাকী পজিটিভ : অসমত ২০০+ ক’ৰোনা ৰোগী

অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে ৷ নতুনলৈ ৭ গৰাকী লোক ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ক'ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ…

গ্ৰেপ্তাৰ হ’ব নেকি ছোনিয়া গান্ধী ? গোচৰ ৰুজু

ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটৰ বাবে দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ কৰ্ণাটকৰ শিৱামোগ্গা জিলাৰ সাগাৰা টাউন পুলিচে প্ৰবীন কে ভি নামৰ লোক এজনৰ অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰে ৷ ভাৰতীয়…

পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, ১ নিহত

পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। চিএৰপিএফ আৰু পুলিচৰ এটা বাহিনীৰ বিৰুদ্ধে চলা সন্ত্ৰাসবাদীৰ আক্ৰমণত এজনকৈ পুলিচৰ জোৱান শ্বহীদ আৰু দুজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে। চিআৰপিএফৰ উচ্চস্তৰীয় সুত্ৰ অনুসৰি ইতিমধ্যেই…

‘কোভিড-১৯ পজিটিভ’ যুদ্ধত জয়ী হ’ল জুলিয়েট

সমগ্ৰ বিশ্বতে ক'ৰোনাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে। বয়োবৃদ্ধৰ পৰা আদি কৰি কণমানি শিশুপৰ্যন্ত সংক্ৰমণ ঘটাই সংহাৰী ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। অৱশ্যে তাৰ মাজতে শিশুসকলৰ দেহত ক'ৰোনাৰ উপস্থিতিৰ পিছতেই অন্যান্য উপসৰ্গ দেখা দিয়াও পৰিলক্ষিত হৈছে। এনে…

অধিবক্তাক আক্ৰমণ- আৰক্ষীৰ স্বীকাৰোক্তি,মুছলমান বুলি ভুলতে কৰা হৈছিল আক্ৰমণ!

দীপক,পেছাত এজন অধিবক্তা।প্ৰায় দুমাহ পূৰ্বে নিজৰ স্বাস্থ্যজনিত কাৰণত দীপক এখন চৰকাৰী চিকিৎসালয়লৈ গৈছিল।কিন্তু তেতিয়াই অকাৰণত আৰক্ষীয়ে তেখেতক উপৰ্যুপৰি শাৰীৰিকভাবে আক্ৰমণ কৰে।ইয়াৰ পিছতে দীপকে সেই আৰক্ষী কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু…

চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ

নেপালত ক'ৰোনা ভাইৰাছ সংক্ৰমিত কৰিলে ভাৰতে।চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ।-এই মন্তব্য নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ'লিৰ।যোৱা মংগলবাৰে নেপালৰ সংসদত আগবঢ়োৱা বক্তব্যত প্ৰধানমন্ত্ৰীজনে কঠোৰভাবে কয় ,যে অবৈধ ভাৱে নেপাললৈ অহা…

৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক'ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ…