Reporting on
সেৱাৰ দিন গ’ল,খেদাৰ দিন আহিল হাতীক !

নিশা হ’লেই এতিয়া নগাঁৱৰ বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে । নিশা কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হয় ননৈ শ’লমাৰী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ।…









