The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !

এইবাৰ অসম আৰক্ষীৰ আলহী হ’ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী। এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ । শুকুৰ আলী নামিছে এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত । ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী৷ এইগৰাকী শুকুৰ আলীক…

ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ !

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ ! কাঢ়ি ল’লে পাছপোৰ্ট সামাজিক মাধ্যমত লিখি বিপদত চলচ্চিত্ৰ নিৰ্মাতা গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে৷ ‘এ…

প্ৰথম জন মুখ্য কাৰ্যবাহীক স্মৰণ

সংযুক্ত মিকিৰ হিলছ জিলা পৰিষদ বৰ্তমান কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্য্যবাহী সদস্য জননায়ক খৰছিং তেৰাঙৰ ৬৮ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ।ডিফুৰ কাছা ষ্টেডিয়াম আৰু ডিফু চিলড্ৰেন পাৰ্কৰ ওচৰত থকা প্ৰয়াত খৰছিং তেৰাঙৰ প্ৰতিমূৰ্ত্তিত জিলাবাসীয়ে পুষ্পাঞ্জলি আৰু…

বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !

এইবাৰ অসম আৰক্ষীৰ আলহী হ’ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী। এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ । শুকুৰ আলী নামিছে এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত ।ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী।এইগৰাকী শুকুৰ আলীক উজনি অসমৰ…

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক

গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। ‘এ মাইনৰ’ নামৰ চলচ্চিত্ৰখনৰ নিৰ্মাতা ৰেজা ডৰমিছিয়ানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। উল্লেখযোগ্য যে ‘ এ মাইনৰ’ নামৰ চলচ্চিত্ৰখন বৃহস্পতিবাৰ…

‘দিল্লীৰ ল’ৰাজন’ক লৈ কাৰ্টুন বিজেপিৰ

‘দিল্লী কা লড়কা’ নামৰ এটা ছিৰিজ মুকলি কৰিছে বিজেপিয়ে। ইয়াৰ উদ্দেশ্য আপৰ বিফলতা সমূহ পৌৰ নিৰ্বাচনৰ আগতে জনতাৰ সন্মুখত দাঙি ধৰা। পৌৰ নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগতে বিজেপিয়ে খুলিব খুজিছে আপৰ ‘মুখা’। “ আপ চৰকাৰৰ ধন দি চলোৱা প্ৰচাৰ অভিযানৰ…

প্ৰতিভাৰ সন্ধানত ব্যস্ত বড়ো ছাত্ৰ সন্থা

ওদালগুৰি জিলাৰ মাজবাটত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কেন্দ্র সমূহ হৈছে নাহেৰুৱা হাইস্কুল, মাজবাট কলেজ, জিংগাবিলৰ আছৰাবাৰীৰ ইউ এন বি একাডেমী। ওদালগুৰি জিলাৰ প্ৰতিভা…

গৃহৰক্ষী মানে ‘কলীয়াপানী’ত চাকৰি !

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিমানেই সফলতাৰ ঢাকঢোল নবজাওক,তেওঁৰ দায়িত্বত থকা গৃহবিভাগৰ গৃহৰক্ষীয়ে খোৱা পানী,চিকিৎসা আদিৰ অভাৱত নিৰ্বাসনত থকাৰ দৰে দিন অতিবাহিত কৰিবলগীয়া হয়।অসম মেঘালয় সীমান্তত খাছী দুৰ্বৃত্তৰ হাতত নিহত গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক শ্বহীদ ঘোষণা কৰাৰ দাবী সদৌ অসম…

উন্নয়নৰ নহয়,ভিডিঅ’ৰ ৰাজনীতি !

আপৰ কাৰাবন্দী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত বিলাসী জীৱন কটোৱাৰ এক শেহতীয়া ভিডিঅ’ ভাইৰেল হৈছে মন্ত্ৰীজনৰ এই ভিডিঅ’টোক লৈ বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে আপক ! বিজেপিৰ এই কঠোৰ সমালোচনাৰ প্ৰত্যুত্তৰত আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় “ বিজেপি হ’ল…

বিফলতা ঢাকিবলৈ ‘বনবীৰ’ উপাধি প্ৰদান !

সুদীৰ্ঘ ৫ টা দিনৰ অন্তত অসম মন্ত্ৰীসভাৰ সদস্য সকলৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলো দিল্লীৰ পৰা আহি গুৱাহাটীত ভৰি থয়হি শনিবাৰে। গুৱাহাটীত উপস্থিত হৈয়ে মৃত বনকৰ্মী বিদ্যাছিং লেকথেৰ ঘৰত উপস্থিত হয়গৈ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বত এটা দল।মৃত বিদ্যাছিং…