Investigative reporting with dedication.
বণিয়াক বৰপীৰা,থলুৱাক খেদাৰ প্ৰতিবাদ

নগাঁৱৰ উৰিয়াগাঁৱত অসম যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।থলুৱা ৰাইজৰ ভূমি বহিঃৰাজ্যৰ বণিয়াক গটোৱাৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সংগঠনটোৰ ।কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্তলিকা দাহ…










