Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য…
চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?
বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া…
‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?
'ক' মানে কিতাপ
অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…
গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?
THE CROSSCURRENT TAKE
২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে…
চুতীয়া জনগোষ্ঠীঃ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, জনজাতিকৰণৰ দাবী আৰু ইয়াৰ যুক্তিযুক্ততা
ৰাজনৈতিক বিভাজন,সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল। দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী…
ভূপেন বৰাই এৰিব লাগিব APCCৰ সভাপতি পদ!
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিব লাগিব নেকি ভূপেন বৰাই? কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এটা সিদ্ধান্তই এই প্ৰশ্ন ৰাজ্যৰ ৰাজনীতিলৈ ঠেলি দিছে। যদি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিব লগা হয়, তেতিয়া কোন হ’ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি?…
আদানিৰ লগত মোদীৰ ভাগ্য ওলমিছে আমেৰিকাৰ আদালতত
অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ
২০০৩ চনৰ কথা৷ ভয়ংকৰ সাম্প্ৰদায়িক হিংসাই গুজৰাট ৰক্তাক্ত কৰি তুলিলে৷ মানৱতাৰ বধ্যভূমিত পৰিণত হ’ল মহাত্মা গান্ধীৰ গৃহৰাজ্য গুজৰাট৷ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিচিত হৈ পৰিল নৃশংস শাসকৰ ৰূপত৷ সেই ঘাতকৰ…
সময়ে সময়ে সলনি হয় মোদীৰ মুখৰ কথা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিকেই কৈছিল। গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে, তেনেহ’লে EVM ৰ সলনি বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দেশৰ জনসাধাৰণ শিক্ষা-দীক্ষাত বৰ বিশেষ আগবঢ়া নহয়। কিন্তু শিক্ষা-দীক্ষা প্ৰযুক্তিত আগবঢ়া দেশে EVM…
ধৰ্মীয় গোড়ামিৰ ৰম্যভূমিত পৰিণত নেকি বাংলাদেশ?
২০২৪ বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অস্থিৰতাৰ। পৰিবেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামি।…
কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?
কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী…