ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত
• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷
• যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী লোকৰ ৷ ভাৰতত…