সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মানস ৰবীনে তেলেংগনাৰ পৰা কেনেকৈ ঘূৰাই আনিলে অসমৰ ৪১ জন যুৱকক?

প্ৰায় এটা সপ্তাহৰ পূৰ্বে গতানুগতিক ভাবে অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবীনলৈ এটা মেছেজ আহিল।মেজেছটো আছিল তেলেংগনাত আবদ্ধ অসমৰ কেইজনমান যুৱকৰ।মেজেছটো পাই মানস ৰবীনে যুৱক কেইজনৰ লগত ফোনযোগে যোগাযোগ কৰিলে। তেওঁলোকে জনালে,অসমৰ বহুকেইজন যুৱক বৰ্তমান…

নতুনকৈ ৩ জন :১০০ চুলে অসমৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ১০০ চুলে৷ নতুনকৈ ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দুগৰাকী মুম্বাই আৰু এগৰাকী বিহাৰৰ পৰা অহা লোক ৷আটাইকেইগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে৷ সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ Alert ~…

লকডাউন-৪ ৰ জাননীৰ সবিশেষ

অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ দেশত ৩১ মে’লৈকে বৃদ্ধি কৰা হ’ল লকডাউন ৷ কেন্দ্ৰীয় চৰকাৰে আজি ৰাজ্যসমূহক ৩১ মে’ পৰ্যন্ত লকডাউন বলবৎ কৰাৰ নিৰ্দেশ দিছে৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে কিছু সময় পূৰ্বে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে৷ জাৰি কৰা…

ন্যায় ব্যৱস্থা এতিয়া ধনীৰ পক্ষত : এজন ন্যায়াধীশৰ স্বীকাৰোক্তি

ভাৰতীয় ন্যায় ব্যৱস্থা এতিয়া দুখীয়াৰ বিৰুদ্ধে আৰু ধনীৰ পক্ষত থিয় দিছে৷ কিন্তু বাস্তৱত এয়া বিপৰীত হোৱা উচিত৷ কাৰণ , দুখীয়াকহে অধিক নিৰাপত্তৰ প্ৰয়োজন ,ধনীক নহয়৷- এজন ন্যায়াধীশৰ মুকলি স্বীকাৰোক্তি এয়া৷ অলপতে উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা…

এখন ফটো,এজন মানুহ আৰু এটা কাহিনী…

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এখন ফটো৷ কালি পিটিআইৰ জড়িয়তে আহিল সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ৷ সকলোৰে চকু থৰ হৈ ৰ’ল৷ ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা এজন মজদুৰ,ক্ৰন্দনৰত মুখায়ব৷ কি কথা পাতিছে তেওঁ ?ফোনৰ সিপাৰত কোন আছে? আৰম্ভ হ’ল…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আজিৰ সংবাদমেলৰ ৫ টা বিশেষ ঘোষণা

'আত্মনিৰ্ভৰ ভাৰত' ২০ লাখ কোটি টকাৰ পেকেজৰ আজি পঞ্চম পৰ্যায়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ব্যাপক হাৰত কমিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আয়। থোৰতে জানি লওঁ আহক আজিৰ বিত্তমন্ত্ৰীৰ সংবোাদমেলৰ ৫ টা বিশেষ ঘোষণা- ১) আজি স্বা্স্থ্য, শিক্ষা আৰু…

অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ'ল ক'ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা…

প্ৰব্ৰজন আৰু অসম

"এবাৰ কথা প্ৰসংগত এগৰাকী মুছলিম বন্ধুৱে কৈ উঠিছিল-অসমত মুছলিম হৈ জন্ম হোৱাতকৈ পাপ নাই। বুকুখন মোচৰ খাই উঠিছিল।" অসমৰ প্ৰব্ৰজনৰ সমস্যাৰ ওপৰত এই বিশেষ লেখা শাশ্বতী সভাপণ্ডিতৰ প্ৰকৃততে কেইটামান পৃষ্ঠাৰ আৱেষ্টনিত প্ৰব্ৰজনৰ দৰে নিৰবচ্ছিন্ন…

আজি ১৭ মে’ : ন’ ৱান কিল্ড পৰাগ…

আজি ১৭ মে'৷ ১৯৯৬ চনৰ আজিৰ এই দিনটোতে মহানগৰীৰ ৰাজপথত মুকলিকৈ গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক৷ সকলোৱে দেখিছিল বন্দুকধাৰী আততায়ীয়ে গুলীয়াইছে পৰাগ কুমাৰ দাসক ৷ অভিযুক্তৰ নামো মুকলিকৈ উচ্ছাৰিত হ'ল৷ বিচাৰৰ ভাৰ দিয়া হ'ল চি বি…

১০০ লৈ অলপ বাকী: কাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুৰোধ?

অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত…