ৰাজ্যত আৰু দুজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক্ষন্তেক আগতে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে৷আক্ৰান্ত দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত বুলি জানিব পৰা গৈছে৷ ইয়াত পাছত ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯১ জনলৈ বৃদ্ধি পালে৷
Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.
↗️Total cases 91
↗️Recovered 41
↗️Active cases 46
↗️Deaths 2
↗️Migrated 2Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3
— Himanta Biswa Sarma (@himantabiswa) May 16, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.