সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাষ্ট্ৰসংঘৰ ECOSOC ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত

ৰাষ্ট্ৰসংঘৰ Economic and Social council (ECOSOC ) ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত। ৪ বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কমিচন অন ষ্টেটাছ অৱ ৱমেনৰ সদস্য ৰূপে থাকিব ভাৰতবৰ্ষ। ২০২১ চনৰ পৰা ২০২৫ চনলৈ এই আয়োগৰ সদস্যৰূপে থাকিব ভাৰতবৰ্ষ। আৰু এই কথা টুইটাৰ যোগে সদৰী কৰিছে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি. এছ. তিৰোমূৰ্তিয়ে। এই সদস্য পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল ভাৰত, আফগানিস্তান আৰু চীনে। আৰু অৱশেষত ৫৪ গৰাকী সদস্যৰ সমৰ্থনেৰে নিৰ্বাচিত হৈছে ভাৰত আৰু আফগানিস্তান।

Leave A Reply

Your email address will not be published.