সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৮৯ : পুনৰ গুৱাহাটীত তিনিগৰাকী ক’ৰোনা ৰোগী

আকৌ বেয়া খবৰ ৷ নতুনকৈ তিনিগৰাকী হ’ল কোভিদত আক্ৰান্ত ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িল ৮৯ লৈ ৷শেহতীয়া খবৰ অনুসৰি সৰুসজাই চেন্টাৰত চিহ্নিত হৈছে এগৰাকী ৰোগী ৷ Gmch ত চিকিৎসাধীন এগৰাকীও হৈছে ক’ভিডাক্ৰান্ত ৷ আনগৰাকী পশ্চিমবংগৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷

Leave A Reply

Your email address will not be published.