সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০ লাখ কৌটিত কেইটা শূণ্য ?

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কৌটিৰ পেকেজক লৈ চলিছে ব্যাপক চৰ্চা ৷ আজি কমেডিয়ান কুণাল কামৰাই টুইটাৰত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰক উদ্দেশ্যি প্ৰশ্ন কৰে- ২০ লাখ কৌটিত কেইটা শূণ্য থাকে?

- Donation -

ইয়াৰ পিছতে ‘শূণ্য’ৰ প্ৰসংগ ব্যাপক ৰূপত চৰ্চিত হৈছে৷ ইয়াৰ আচল উত্তৰটো হ’ল ২০ লাখ কৌটিত ২০ ৰ পিছত ১২ টা শূণ্য থাকে৷ লিখিলে এনেদৰে লিখিব লাগিব-২০,০০০,০০০,০০০,০০০৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.