সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৩ মে’ , লালকিল্লা আৰু লাৰা দত্ত

আজি ১৩ মে’।ইতিহাসত আজিৰ দিনটোৰ কি গুৰুত্ব জানি লওঁ আহক-
১৬৪৩:চিলিত হোৱা ভূমিকমপত ছান্টিয়াগো চহৰৰ এক তৃতীয়াংশ লোকৰ মৃত্যু।

চিলি

১৬৪৮:দিল্লীৰ লালকিল্লাৰ নিৰ্মাণ সম্পূৰ্ণ।
লালকিল্লা

১৯৬২: সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দ্বিতীয়বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত।
ৰাধাকৃষ্ণণ

২০০০: ভাৰতীয় সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰে।
লাৰা দত্ত

২০০১: বিখ্যাত সাহিত্যিক আৰ কে নাৰায়ণৰ মৃত্যু।
আৰ কে নাৰায়ন

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.