সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত।
মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত।
ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ।
ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ কৰোনা আক্ৰান্তৰ সংখ্যা 62 জন।টুইটাৰ যোগে এই খবৰ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই খবৰ বিয়পি পৰাৰ পিছতে যোৰহাটত আতংক বিয়পি পৰিছে৷

- Donation -


Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.