সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশৰ কোভিড-১৯ পজিটিভৰ ৬০শতাংশই প্ৰবাসী লোক

কোভিড-১৯ পজিটিভৰ সংখ্যাৰ তালিকাত উত্তৰপ্ৰদেশত প্ৰবাসী শ্ৰমিকৰ অৱদানেই সৰ্বাধিক। ৰাজ্যখনৰ চৰকাৰী তথ্য অনুসৰি আশাকৰ্মীসকলৰ দ্বাৰা স্ক্ৰীণিং টেষ্টৰ দ্বাৰা সংগ্ৰহ কৰা ৫৪,৮৪৯টা নুমনা অন্য ৰাজ্যৰ পৰা অহা লোকৰ। তাৰ ভিতৰত ১,৬৬৩টা পজিটিভ পোৱা গৈছে। অৰ্থাত্ উত্তৰপ্ৰদেশৰ ৬০শতাংশ সক্ৰিয় কেছ প্ৰবাসী লোকৰ । ইতিমধ্যে ৰাজ্যখনত ৬,৫০০টাৰো অধিক সংক্ৰমণ হৈছে। বিগত ২৪ঘণ্টাত নতুনকৈ ২২৯টা পজিটিভ কেছ পোৱা হৈছে। বৰ্তমানলৈকে ১৬৯জন লোকৰ মৃত্যু ঘটিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.