সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমৰ ৰেলযাত্ৰীলৈ সুখবৰ।

ৰেলযাত্ৰীৰ বাবে সু-খবৰ। ১৪ ডিচেম্বৰৰ পৰা চলিব যাত্ৰীবাহী ৰেল। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব যাত্ৰীবাহী ৰেল। আনহাতে ২৫ ডিচেম্বৰৰ পৰা চলিব লামডিং কালিপুৰ দুৱাৰ ইণ্টাৰচিটী ৰেল। পৰৱৰ্তী সময়ত ৰেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰপূৱ সীমান্ত ৰেলৱেই। ইতিমধ্যে উত্তৰ-পূৱ সীমান্তত ৭ খন যাত্ৰীবাহী ৰেল চলাচলৰ সময় নিৰ্ধাৰণ কৰাৰ কথা জনায় উত্তৰ পূৱ ৰেলৰ জনসম্পৰ্ক বিষয়া নৃপেন ভট্টাচাৰ্যই।

Leave A Reply

Your email address will not be published.