মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন এই একনাথ সিন্দে? The CrossCurrent Jul 1, 2022 মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন এই একনাথ সিন্দে? https://youtu.be/35N7Xha148E
ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ। The CrossCurrent Jul 1, 2022 ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ। সোমবাৰে হোৱা এই আক্ৰমণৰ ভিডিঅ' শেহতীয়াকৈ পোহৰলৈ আহিছে। য'ত ১৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। https://youtu.be/xfOD9R7FRgY
কিমান টকাৰ কৰ দিব লাগিব আপুনি চিৰা,মুড়ি আৰু পিঠাগুড়িত? The CrossCurrent Jul 1, 2022 কিমান টকাৰ কৰ দিব লাগিব আপুনি চিৰা,মুড়ি আৰু পিঠাগুড়িত? চাইকেলৰ পাম্প, চামোচ, ব্লেড আৰু পেঞ্চিলত কিমান টকাৰ কৰ বৃদ্ধি হ’ল? কৰ সন্ত্ৰাসত ব্ৰিটিছকো চেৰ পেলাইছে নেকি মোদী চৰকাৰে? https://youtu.be/-JsMeL3ZsIA
নীতি প্ৰস্তুত কৰিও ৰূপায়ণ নকৰে কিয়? The CrossCurrent Jul 1, 2022 উপায়ুক্তক নিৰ্দেশ দি বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ তালিকা ল'ব ঠিকেই। কিন্তু ক্ষতিপূৰণ প্ৰদান কৰিবনে? https://youtu.be/YgisWzTe4uo
একনাথ সিন্দেক লৈ কি এই ‘ফৰ্মুলা ছিক্স’ বিজেপিৰ? The CrossCurrent Jul 1, 2022 'ফৰ্মূলা ছিক্স' অনুসৰি একনাথ সিন্দে গোটৰ প্ৰতিগৰাকীয়ে পাব মন্ত্ৰীত্ব।তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পথত দেৱেন্দ্ৰ ফাড়নবীশ। একনাথ সিন্দে হ'ব পাৰে উপ- মুখ্যমন্ত্ৰী। https://youtu.be/vunONa9Kap8
উত্তপ্ত ৰাজস্থান৷ কানহায়া লালৰ হত্যাৰ ঘটনক লৈ তীব্ৰ অস্থিৰতাই বিৰাজ কৰিছে ৰাজস্থানৰ উদয়পুৰত। The CrossCurrent Jun 30, 2022 উত্তপ্ত ৰাজস্থান৷ কানহায়া লালৰ হত্যাৰ ঘটনক লৈ তীব্ৰ অস্থিৰতাই বিৰাজ কৰিছে ৰাজস্থানৰ উদয়পুৰত। https://youtu.be/CxwGbcDbfLc
ধাৰা একেই গ্ৰেপ্তাৰ হ’ল জুবেৰ নহ’ল কিয় নুপুৰ শর্মা? The CrossCurrent Jun 30, 2022 একেই আইন, একেই চেকশ্যন৷ কিন্তু পৃথক কিয় একচন? যি ধাৰাত মহম্মদ জুবেৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, একেই ধাৰাত গোচৰ ৰুজু হৈছিল নূপুৰ শর্মাৰ বিৰুদ্ধে৷ জুবেৰক গ্ৰেপ্তাৰ কৰা হ'ল, কিয় গ্ৰেপ্তাৰ নহ'ল নূপুৰ শর্মা? https://youtu.be/ejXj3DZnFFE…
এসময়ত মনমোহন সিঙক সোধা প্ৰশ্নৰ উত্তৰ আজি নৰেন্দ্ৰ মোদীয়ে নিজেই দিবনে? The CrossCurrent Jun 30, 2022 এসময়ত মনমোহন সিঙক সোধা প্ৰশ্নৰ উত্তৰ আজি নৰেন্দ্ৰ মোদীয়ে নিজেই দিবনে? https://youtu.be/lqWz90dO8RQ
এতিয়াৰে পৰা মুড়ি,পিঠাগুড়ি, গুড় আৰু পাপৰতো লাগিল জিএছটিৰ মোহৰ The CrossCurrent Jun 30, 2022 এমুঠি চিৰাই এতিয়া প্ৰধান খাদ্য বানাক্ৰান্তৰ বাবে৷ কিন্তু সেই চিৰাতেই এইবাৰ জিএছটি লগালে কেন্দ্ৰই৷ মুড়ি, পিঠাগুড়ি, গুড় আৰু পাপৰতো লাগিল জিএছটিৰ মোহৰ৷ https://youtu.be/wCUBBix5gTo
কোন ১৪৪ জন বিৰোধী সাংসদৰ সমষ্টিত চকু পৰিছে বিজেপিৰ? The CrossCurrent Jun 29, 2022 কোন ১৪৪ জন বিৰোধী সাংসদৰ সমষ্টিত চকু পৰিছে বিজেপিৰ? https://youtu.be/W6sfHNYAQd0