এতিয়াৰে পৰা মুড়ি,পিঠাগুড়ি, গুড় আৰু পাপৰতো লাগিল জিএছটিৰ মোহৰ

এমুঠি চিৰাই এতিয়া প্ৰধান খাদ্য বানাক্ৰান্তৰ বাবে৷ কিন্তু সেই চিৰাতেই এইবাৰ জিএছটি লগালে কেন্দ্ৰই৷ মুড়ি, পিঠাগুড়ি, গুড় আৰু পাপৰতো লাগিল জিএছটিৰ মোহৰ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296