সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধাৰা একেই গ্ৰেপ্তাৰ হ’ল জুবেৰ নহ’ল কিয় নুপুৰ শর্মা?

একেই আইন, একেই চেকশ্যন৷ কিন্তু পৃথক কিয় একচন? যি ধাৰাত মহম্মদ জুবেৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, একেই ধাৰাত গোচৰ ৰুজু হৈছিল নূপুৰ শর্মাৰ বিৰুদ্ধে৷ জুবেৰক গ্ৰেপ্তাৰ কৰা হ’ল, কিয় গ্ৰেপ্তাৰ নহ’ল নূপুৰ শর্মা?

 

 

- Donation -

Leave A Reply

Your email address will not be published.