Investigative reporting with dedication.
একনাথ সিন্দেক লৈ কি এই ‘ফৰ্মুলা ছিক্স’ বিজেপিৰ?

‘ফৰ্মূলা ছিক্স’ অনুসৰি একনাথ সিন্দে গোটৰ প্ৰতিগৰাকীয়ে পাব মন্ত্ৰীত্ব।তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পথত দেৱেন্দ্ৰ ফাড়নবীশ। একনাথ সিন্দে হ’ব পাৰে উপ- মুখ্যমন্ত্ৰী।





