আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কোভিডৰ বাবে এই বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা ৷
থোৰতে মেট্ৰিকৰ ফলাফল এনেধৰণৰ –
- উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ
- ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ
- ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ
- সৰ্বমুঠ পৰীক্ষাৰ্থী ৪,২৬,৫৫৩ গৰাকী
- প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১গৰাকী
- দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৬০,২৯৮গৰাকী
- তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩গৰাকী
- সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ পৰীক্ষাৰ্থী
- ডিষ্টিংচনসহ উত্তীৰ্ণ ১০,৩৪৮গৰাকী
- ষ্টাৰমাৰ্কসহ উত্তীৰ্ণ ২০,০৯২গৰাকী
- ৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বিশ্বনাথ জিলা
- ৮৩.৪৯ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন হোজাই জিলা