সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

vaccine

ভাৰতত দিনে দিনে বৃদ্ধি পাইছে কোভিড-১৯ ৰোগীৰ সংখ্য়া

ভাৰতত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কোভিড-১৯। দেওবাৰৰ লৈকে ভাৰতত কভিডত আক্ৰান্ত ২৭,৫৫৩ জন ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ২৮৪ জন। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিঅনুসৰি ভাৰতত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫২৫ জন।…

ক’ৰোনা : ৮৫ শতাংশই ল’লে ভেকছিন , তাৰ পাছতো এদিনত আক্ৰান্ত সৰ্বাধিক লোক

কোভিডৰ নতুন ঢৌয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইউৰোপত ৷ ৰাছিয়াত যোৱা এটা মাহত ক’ৰোনাত আক্ৰান্ত হৈ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ জাৰ্মানীৰ অৱস্থাও সংকটজনক ৷ জাৰ্মান চৰকাৰে আৰু এক লাখ লোকৰ মৃত্যুৰ আশংকা ব্যক্ত কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থা,…

১০ হাজাৰ গৰাকীৰ ওপৰত প্ৰয়োগ কৰিব প্ৰতিষেধক

ছেপ্টেম্বৰৰ ভিতৰতেই কোভিড-১৯ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটে। তেওঁলোকে তৈয়াৰ কৰি উলিওৱা বুলি দাবী কৰা সম্ভাব্য প্ৰতিষেধকটোৱে পৰীক্ষা-নিৰীক্ষাৰ প্ৰথমস্তৰ ইতিমধ্যেই পাৰ কৰিলে। প্ৰথমস্তৰত…

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান…