সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#unemplyeement

বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ পাছত… : ০.০১ শতাংশৰ পৰা ১৭.২ শতাংশলৈ বাঢ়িল নিবনুৱাৰ হাৰ

২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মাহটোত অসমত নিবনুৱাৰ হাৰ আছিল ০.০১ শতাংশ ৷ তাৰ পাছত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিছে এবছৰ এটা মাহ৷ ড: শৰ্মা চৰকাৰে এই এটা বছৰৰ…

কেতিয়া আৰু কিমানবাৰ ২৩ লাখৰ কথা কৈছিল বিজেপিয়ে?

অখিল গগৈ- আপোনালোকে ২৩ লাখ চাকৰিৰ কথা কৈছিল। পীয়ুষ হাজৰিকা- আমি ২৩ লাখৰ কথা কেতিয়াও কোৱা নাছিলোঁ। প্ৰকৃততে কেতিয়া আৰু কিমানবাৰ ২৩ লাখৰ কথা কৈছিল বিজেপিয়ে? চাওঁক দ্য ক্ৰছকাৰেণ্ট এস্কপ্লেইনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…

নিযুক্তি নাই-দেশত কিমান পদএতিয়াও খালী হৈ আছে?

ভোটৰ ৰাজনীতিত নহ’লেও কৌটি কৌটি নিবনুৱাৰ বাবে চাকৰি অথবা এটা কৰ্মসংস্থাপন হৈ পৰিছে জীৱনৰ মূল ইছ্যু ৷ চৰকাৰে প্ৰতিশ্ৰুতি ৰখা নাই , বিভাগে বিজ্ঞাপন প্ৰকাশ কৰা নাই ৷ তাৰ মাজত হা- হুমুনিয়াহেৰে দিন কটাবলগীয়া হৈ পৰিছে কৌটি কৌটি নিবনুৱাই ৷ ভাৰতৰ…

বিশ্বগুৰুৰ দেশ কিয় হ’ব নোৱাৰে ভাৰত?

আপুনি কল্পনা কৰিব পাৰেনে যে দেশৰ প্ৰতি ১০০ জন যুৱকৰ ২৫ জনৰে হাতত নাই কোনো কৰ্মসংস্থাপন? বা আপুনি কল্পনা কৰিব পাৰেনে দেশৰ কোনোবা ৰাজ্যত প্ৰতি ১০০ জন যুৱকৰ ভিতৰত ৪৭ জনৰে নাই কোনো কৰ্মসংস্থাপন? কৈ থকা হৈছে পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ কথা৷দেখুৱা…

বৰ্তমান সময়ত দেশত নিৱনুৱাৰ সংখ্যা কিমান?

ক'ভিডৰ কালৰূপে জনতাক মাধমাৰ শোধাই থকাৰ মাজতে আগষ্টত দেশৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা খণ্ডৰ ১.৫ নিযুতৰো অধিক লোক নিবনুৱা হৈ পৰিছে। Centre for Monitoring Indian Economyৰ এক প্ৰতিবেদন অনুসৰি বিগত জুলাই মাহত কৰ্ম সংস্হাপন থকা লোকৰ…