সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

tokyoolympics

অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ?

অলিম্পিকত আৰু এটা পদক নিশ্চিত হ'ল ভাৰতৰ ৷ ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷ তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷ ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ…

ছেমিফাইনেলৰ বাবে কেনেদৰে সাজু হৈছে অসম কন্যা লাভলীনা ?    

বক্সিঙৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি  পদক নিশ্চিত কৰাৰ পিছতে অলিম্পিকত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই।টকিঅ’ অলিম্পিকত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলিনা বৰগোহাঁইয়ে বুধবাৰে…

পুষ্টিহীনতাত ভোগা ছোৱালীজনী কেনেকৈ ভাৰতীয় হকী দলৰ অধিনায়ক হ’ল ?

(১) প্ৰশ্ন-কি হ'ব গুৰুদক্ষিণা? উত্তৰ- টকিঅ'ৰ পৰা সোণৰ পদক। অষ্ট্ৰেলিয়াক পৰাভূত  কৰি টকিঅ' অলিম্পিকৰ ছেমি ফাইনেললৈ নিৰ্বাচিত হ'ল ভাৰতীয় মহিলা হকী দল। ভাৰতীয় হকী দলৰ প্ৰদৰ্শনে  ইতিমধ্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ ।…

টকিঅ’ অলিম্পিক : হকীত স্বৰ্ণজয়ৰ আশা নিৰ্বাপিত ভাৰতৰ

টকিঅ' অলোম্পিকৰ পৰা আহিল এটা বেয়া খবৰ ৷ পুৰুষৰ হকীৰ ছেমিফাইনেলত পৰাজিত হ'ল ভাৰত ৷ বেলজিয়ামৰ লগত ২-৫ গ'লৰ ব্যৱধানত পৰাজিত হ'ল ভাৰত ৷ ইয়াৰ লগে লগে স্বৰ্ণজয়ৰ সম্ভাৱণা নিৰ্বাপিত হ'লেও পদকৰ আশা শেষ হৈ যোৱা নাই ৷ ব্ৰঞ্জৰ বাবে পৰৱৰ্তী খেলত অৱতীৰ্ণ…

মীৰাবাঈ : অলিম্পিকত ৰূপৰ পদক জয় কৰি ক’লে এই ৫টা গুৰুত্বপূ্ৰ্ণ কথা –

টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচিলে মণিপুৰৰ কন্যা মীৰাবাঈ চানুয়ে ৷ ভাৰত্তোলনৰ ৪৯ কেজি শাখাত দেশৰ হৈ প্ৰথমটো পদক জয় কৰি কৰি তেও কেবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে ৷ মীৰাবাঈ চানুৰ ৫ টা মূল মন্তব্য - “মই বিগত ৫ বছৰ ধৰি এই পদকৰ সপোন…

লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ

দেৱজিৎ ফুকন কোনো ৰাষ্ট্ৰীয়  নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ…

অলিম্পিক : ছানিয়া মিৰ্জা – অংকিতা ৰাইনাৰ অবিশ্বাস্য পৰাজয়

টকিঅ’ অলিম্পিকত এক অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হৈ মহিলা টেনিছৰ ডাবলছৰ পৰা বিদায় মাগিবলগীয়া হ’ল ছানিয়া মিৰ্জা আৰু অংকিতা ৰাইনা যুটীয়ে ৷ বিজয়ৰ পৰা কিছু দূৰৈত থমকি ৰ’ল ছানিয়া – অংকিতা ৷ ইয়াৰ লগে লগে মহিলা টেনিছৰ ডাবলছৰ সকলো আশা নিৰ্বাপিত হ’ল…