সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thirdwave

আসন্ন তৃতীয় ঢৌঃ দেশৰ শিশুসকলে কেতিয়া লাভ কৰিব ক’ভিড ভেকচিন ?

অক্টোবৰৰ পৰা দেশত ক'ভিডৰ তৃতীয় ঢৌয়ে তাণ্ডৱ চলাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে গৱেষক তথা চিকিৎসক সকলে। উদ্বেগজনকভাৱে ক'ভিডৰ এই তৃতীয় ঢৌত অধিক হাৰত শিশু আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে গৱেষক সকলে। এনে আসন্ন বিপদৰ প্ৰতি…

আসন্ন ক’ভিডৰ তৃতীয় ঢৌ :  সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?

দেশত ক'ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে  শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…

ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু

ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক…