ICU ত ভৰ্তি নকৰিলে আত্মহত্যাৰ ভাবুকি দিছিল ৰাজকন্যাই
◆ পোহৰলৈ আহিছে ৰাজকন্যা বৰুৱাৰ ইটোৰ পাছত সিটো কলংকিত অধ্যায়
◆ চিকিৎসক নভনীল বৰুৱাৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি
◆ কেবিনৰ পৰা ICUত ভৰ্তি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৰাজকন্যাই
◆ ICU ত ভৰ্তি নকৰিলে আত্মহত্যাৰ ভাবুকি প্ৰদান কৰিছিল…