সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

ধৰ্মীয় গোড়ামিৰ ৰম্যভূমিত পৰিণত নেকি বাংলাদেশ?

২০২৪ বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অস্থিৰতাৰ। পৰিবেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামি।…

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি…

৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ

নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ…

২০২৪ৰ আমৰিকাৰ ভোটযুদ্ধঃ কিয় সাক্ষাৎ নহ’ল ড’নাল্ড ট্ৰাম্প-নৰেন্দ্ৰ মোদীৰ?

২০১৯ ত মোদীয়ে দিছিল ‘ অব কী বাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গান ২০২০ ত আহমেদাবাদত ট্ৰাম্পক মোদীয়ে জনাইছিল উষ্ম আদৰণি ২০২৪ ত কিয় ট্ৰাম্পৰ ওচৰ নাচাপিল নৰেন্দ্ৰ মোদী অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২০২৫…

আমেৰিকতৰ ২০২৪ৰ ভোটযুদ্ধঃ কি হ’বলৈ গৈ আছে এইবাৰ?

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সলনি ডেম’ক্ৰেটিক দলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে মনোনীত কৰাৰ পাছৰে পৰাই অত্যন্ত আকৰ্ষণীয়…

অত্যুৎসাহী নহওক কংগ্ৰেছঃ আহ্বান বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ

২০২৪ চনৰ লোকসভা নির্বাচনে এইটো নিশ্চিত কৰা নাই যে কংগ্ৰেছে অকলে গোটেই খেলখন জিকিব পাৰিব৷অলপতে উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ মই ভাবোঁ, উপ-নির্বাচনত মিত্ৰদলক এখন দুখন আসন এৰি দিলে কংগ্ৰেছৰ ডাঙৰ ক্ষতি নহয়৷ ৰাজ্যৰ…

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত…

যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ

ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয়…