সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the cross current

মিত্ৰতা বিচাৰি নৰেন্দ্ৰ মোদীয়ে শাৰদ পাৱাৰক কি কৈছিল?

পঞ্জাৱ, উত্তৰ প্ৰদেশকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। শাসক-বিৰোধী প্ৰতিটো দলেই লিপ্ত হৈছে তীব্ৰ বাকযুদ্ধকত। নিৰ্বাচনৰ ধুমুহাৰ মাজতেই ইণ্ডিয়ান এক্সপ্ৰেছৰ মাৰাঠী কাকতত প্ৰকাশ পোৱা এটা খবৰ অনুসৰি শাৰদ পাৱাৰক ২০১৯ৰ নিৰ্বাচনত…

ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

-আগৰ খণ্ডৰ পৰা ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। আৰু এইবাৰ হেকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে। হেক কৰাৰ পাছতেই এটা বিশেষ টুইট কৰিছে মোদীৰ টুইটাৰ একাউন্টৰ পৰা আৰু ৰাইজক ডিমাণ্ড কৰিছে হেকাৰে। সেই টুইটটোত…

দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা…

আয়ুস মন্ত্ৰালয়ৰ বিষয়াই হিন্দী নজনা সকলক মিটিংৰ পৰা ওলাই যাবলৈ কোৱাক লৈ বিতৰ্ক

শেহতীয়াকৈ আয়ুস মন্ত্ৰালয়ৰ (Ministry of AYUSH) চেক্ৰেটাৰী বৈদ্য ৰাজেশ কটেচাৰ হিন্দী নজনা সকলক লৈ কৰা এক মন্তব্যই পুনৰ হিন্দী জাপি দিয়াক লৈ বিতৰ্কৰ সূচনা কৰিছে। জানিব পৰা মতে আয়ুস মন্ত্ৰালয়ৰ এক ট্ৰেইনিং অনুষ্ঠানত চেক্ৰেটাৰী জনে হিন্দী নজনা…

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক…

আজি কৰ ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডীয়ে কি ক’লে?

কৰ ব্যবস্থাৰ সংস্কাৰৰ বাবে প্ৰধান মন্ত্ৰীয়ে আজি লঞ্চ কৰে এখন নতুন প্লেটফৰ্মৰ। ‘ট্ৰান্সপাৰেণ্ট টেক্সেশ্যন- অনাৰিং দ্যা অনেষ্ট (Transparent Taxation– Honoring the Honest)’ নামৰ এই প্লেটফৰ্ম খনৰ অৰ্থ হ’ল স্বচ্ছ কৰ ব্যৱস্থা, সততাক সন্মান।…

কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ…

কেৰালাৰ কোঝিকোডত(কালিকত) সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। ১৪ গৰাকী গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মুঠ আহত হৈছে ১২৩ জনকৈ যাত্ৰী। কেৰেলাৰ কোঝিকোডত(কালিকত) বিমান বন্দৰত যোৱা নিশা ভয়ংকৰ বিমান…

কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ ৩ জন নিহত

কেৰেলাৰ কালিকত বিমান বন্দৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা । কিছুসময় পূৰ্বে সংঘটিত হোৱা এই দুৰ্ঘটনাত এই পৰ্যন্ত ৩জন লোকৰ মৃত্যু হৈছে।দুর্ঘটনাত বিমানখন পৰিচালনা কৰা পাইলত জনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বিমান খন…

১০ আগষ্টৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া

গুৱাহাটী, ৭ জুলাই: ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম পৰ্যায়ৰ (বাচনি তালিকা অনুসৰি) নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ১০ আৰু ১১ আগষ্টত । উল্লেখিত তাৰিখৰ…