টাটাই ভাৰত চৰকাৰৰ আৰু কোনটো কোম্পেনী ক্ৰয় কৰিব ?
ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়াৰ পাছত নীলাচল ইস্পাত নিগম লিমিটেড টাটাৰ হাতত বিক্ৰী কৰিব ওলাইছে ৷ ১২,১০০ কৌটি টকাত টাটা ষ্টীলে নীলাচল ইস্পাত ক্ৰয় কৰিব ৷ এই ধন আদায় দিয়াৰ ফলত টাটা ষ্টীলে নীলাচল ইস্পাতৰ ৯৩.৭১ শতাংশ অংশীদাৰীত্ব লাভ কৰিব ৷ এই বিক্ৰীত…