সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Shiv Sena

মহাসংকটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

বিপদে লগ নেৰা হৈছে একনাথ সিন্দেক।প্ৰতীক চিহ্নক লৈ সংকটত সিন্দেপন্থী।সিন্দে গোটৰ দলীয় প্ৰতীকৰ বিৰোধিতা শিখ সমাজৰ। ঢাল-তৰোৱাল শিখৰ আৱেগৰ লগত জড়িত গতিকে ই কেতিয়াও দলীয় প্ৰতীক হ’ব নোৱাৰে।শিখ সম্প্ৰদায়ৰ নেতাই ইয়াৰ বিৰোধিতাৰে কাষ চাপিছে নিৰ্বাচন…

অৰ্ণব গোস্বামীৰ ৰিপাব্লিক টিভিৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰ

বিতৰ্কিত অৰ্ণব গোস্বামী, বিতৰ্কিত তেখেতৰ নিউজ চেনেল ৰিপাব্লিক টিভি। অতিৰঞ্জিত আৰু অকালপক্ক সাংবাদিকতাৰে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা এই চেনেলটোৰ এতিয়া দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি…

কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে…