সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

RTI

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই…

RTI কৰ্মীৰ ওপৰত বৰ্বৰতা।হাতুৰীৰে কোবাই হাত-ভৰি ভাঙি ভৰিত মাৰিলে গঁজাল।

আৰটিআই কৰ্মী অথবা আৰটিআই Activist সকলৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শত কোৱা হৈছে যে যদি এজন আৰটিআই কৰ্মীক ভাবুকি দিয়া হয় বা আক্ৰমণ কৰা হয়, তেন্তে বিষয়টোত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে, এনে গোচৰবোৰ…

সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল

CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ'ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা যুক্ত দুখন কৈ হস্পিতাল…

নিষিদ্ধ হোৱা চীনা কোম্পানীৰ লগত কি সম্পৰ্ক বিজেপিৰ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা বহো কেইটা চীনা কোম্পানীৰ লগত অৰ্থনৈতিক লেনদেনৰ সম্পৰ্ক আছিল বিজেপিৰ। ২০১৯ৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে চীনা কোম্পানীক প্ৰদান কৰিছিল ১.১৫ কোটি টকা। এই অভিযোগ আনিছে চাকেত গ'খালে নামৰ RTI…