সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

rbs realtors

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম ধানুকাই নহয় , কোভিডকালত ঠিকা লাভ কৰা বিশেষ ব্যক্তিসকলৰ তালিকাত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু এজন পুৰণি ব্যৱসায়িক অংশীদাৰ ৷ তাতেই তেওঁৰ…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷