সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

oxford

ভাৰতৰ ১৬০০ ব্যক্তিৰ দেহত ক’ৰোনা ভেকছিনৰ পৰীক্ষা

শীঘ্ৰে অন্ত পৰিব অপেক্ষাৰ ৷ ভাৰততো অতি সোনকালে অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ক’ৰোনা ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব ৷ দেওবাৰে নিশা টিকা প্ৰস্তুতকাৰী কোম্পানী ছেৰাম ইনষ্টিটিউটক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল…

১০ হাজাৰ গৰাকীৰ ওপৰত প্ৰয়োগ কৰিব প্ৰতিষেধক

ছেপ্টেম্বৰৰ ভিতৰতেই কোভিড-১৯ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটে। তেওঁলোকে তৈয়াৰ কৰি উলিওৱা বুলি দাবী কৰা সম্ভাব্য প্ৰতিষেধকটোৱে পৰীক্ষা-নিৰীক্ষাৰ প্ৰথমস্তৰ ইতিমধ্যেই পাৰ কৰিলে। প্ৰথমস্তৰত…