সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

NSCN-IM

বড়োলেণ্ডৰ আৰ্হিত ‘কুকিলেণ্ড’ৰ দাবী কুকি সশস্ত্ৰ সংগঠনৰ

এনএছচিএন-আই এম আৰু ভাৰত চৰকাৰৰ মাজত নগা শান্তি চুক্তিৰ আলোচনাই শংকিত কৰি তুলিছে মণিপুৰৰ কুকি সশস্ত্ৰ সংগঠন সমূহক। ইয়াৰ পিছতে এতিয়া কুকি সশস্ত্ৰ সংগঠন সমূহে বড়োলেণ্ডৰ আৰ্হিত কুকিলেণ্ডৰ দাবী উত্থাপন কৰিছে কেন্দ্ৰ চৰকাৰক। দ্যা প্ৰিন্ট নামৰ…

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে…

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ…

নগা চুক্তি: দিল্লীত আজিৰে পৰা পুনৰ আৰম্ভ গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ আলোচনা

যোৱা প্ৰায় ৮ মাহ ধৰি স্থৱিৰ হৈ থকা NSCN-IM আৰু গৃহ মন্ত্ৰালয়ৰ মাজত নগা চুক্তি সম্পৰ্কে আলোচনা আজিৰ পৰা পুনৰ নতুন দিল্লীত আৰম্ভ হৈছে।আজি আৰম্ভ হোৱা বৈঠকখন দৈনিক হিচাপত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত এই তৎপৰতা…