সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#nirmalasitharamn

এই বৰ্ষত মুকলি হ’ব ডিজিটেল মুদ্ৰা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনৰ সদ্যঘোষিত বিত্তীয় বাজেটত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে ব্লকচেইনৰ লগতে আন আন প্ৰযুক্তিৰ সহায়েৰে চলিত বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব ডিজিটেল মুদ্ৰা । আশা কৰা হৈছে এই পদক্ষেপে দেশৰ…

আশাহত জনতা, বাজেটত কি নাহিল?

দেশৰ বহু আশা আকাংক্ষাৰ মাজত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে নিজৰ চতুৰ্থখন বাজেট শেহতীয়াকৈ প্ৰকাশ কৰে। বাজেট সন্মিলনত মন্ত্ৰীগৰাকীয়ে নিজৰ ৯০ মিনিটৰ ভাষনেৰে বাজেটৰ বিশ্লেষণ আগবঢ়ায়। সদ্যঘোষিত এই বাজেটৰ আটাইতকৈ ডাঙৰ দুটা ঘোষনা ডিজিটেল…

২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত- *দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ। *উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা…

কি আছে ২০২২-২৩ বিত্তীয় বাজেটত?

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আনহাতে উত্তৰ পূর্বাঞ্চলৰ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট সন্মিলন। শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ'ব…

১৯৭ কৌটিৰ মালিক পীয়ূষ জৈন আচলতে কাৰ মানুহ ?

আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। আৰম্ভ হৈছে ৰাজনৈতিক ঢৌ। নিৰ্বাচনৰ আগতেই কানপুৰৰ ব্যৱসায়ী পীযুষ জৈন ঘৰৰ পৰা কোটি কোটি টকা আৰু সোণ উদ্ধাৰ কৰা হৈছিল। ব্যৱসায়ী পীযুষ জৈন কাৰ মানুহ? শাসন আৰু বিৰোধী দুয়োপক্ষই ইজনে সিজনৰ ফালে আঙুলি…