সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আশাহত জনতা, বাজেটত কি নাহিল?

দেশৰ বহু আশা আকাংক্ষাৰ মাজত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে নিজৰ চতুৰ্থখন বাজেট শেহতীয়াকৈ প্ৰকাশ কৰে। বাজেট সন্মিলনত মন্ত্ৰীগৰাকীয়ে নিজৰ ৯০ মিনিটৰ ভাষনেৰে বাজেটৰ বিশ্লেষণ আগবঢ়ায়। সদ্যঘোষিত এই বাজেটৰ আটাইতকৈ ডাঙৰ দুটা ঘোষনা ডিজিটেল দিশৰ ওপৰত আছিল।
জনসাধাৰণৰ বহু আকাংক্ষিত ইনকাম টেক্সৰ পৰিবৰ্তনৰ বিষয়ত কোনো কথা উল্লেখ নহ’ল এই বাজেটত ।
উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল মুদ্ৰা মুকলি কৰিব । আনহাতে ক্ৰিপ্ট’কাৰেঞ্চীৰ পৰা হোৱা উপার্জনত ৩০% টেক্স দিব লাগিব ব্যৱহাৰকাৰীয়ে।

Leave A Reply

Your email address will not be published.