সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

NIRMALASITHARAMAN

উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?

বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে…

লক্ষ্য ৬ লাখ কৌটি : ক’ৰ পৰা কিমান উপাৰ্জন কৰিব মোদী চৰকাৰে ?

ক'ভিডক কেন্দ্ৰ কৰি বিগত দুটা বছৰ ধৰি দেশত দেখা দিছে অৰ্থনৈতিক মন্দাৱস্থাই। দীঘলীয়া তলাবন্ধই বিধ্বস্ত কৰিছে অৰ্থনৈতিক পৰিকাঠামো। আৰ্থিক অৱস্থাই জুৰুলা কৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে…

লীজত দিব ৰাজহুৱা খণ্ডৰ সম্পত্তি : ক’ৰ পৰা কিমান ধন সংগ্ৰহৰ লক্ষ্য ?

সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে চাৰি বছৰীয়া নেচনেল মনিটাইজেশ্বন প্লেন ৷ এই পৰিকল্পনা অনুসৰি ৰাজহুৱা খণ্ডত থকা সম্পত্তি লীজত দি ভাৰত চৰকাৰে চাৰি বছৰত ৬ লাখ কৌটি ধন ঘটাৰ লক্ষ্য লৈছে ৷ লীজত দিবলগীয়া সম্পত্তি সমূহৰ ভিতৰত আছে পথ…

দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?

দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব…

পেকেজৰ আচল গণিত : ঘোষণা ২০ লাখ কৌটিৰ ,খৰচ কৰিব ৪.২ লাখ কৌটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক সম্বোধন কৰি ২০ লাখ কৌটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ যাক ‘আত্মনিৰ্ভৰশীল ভাৰত অভিযান যোজনা’ নাম দিয়া হৈছে৷ তেওঁ এই কথাও উনুকিয়াই থৈ যায় যে এই পেকেজৰ ভিতৰত ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক…