সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

nda

ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!

ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে? সেই বিশেষ দিনটো…

মণিপুৰৰ পৰা আৰম্ভ নীতিশ কুমাৰৰ খেল

এইবাৰ নীতিশ কুমাৰে খেল আৰম্ভ কৰিছে মণিপুৰৰ পৰা৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি ল’ব পাৰে, সেয়া তেওঁৰ ছাঁটোৱেও নাজানে৷ অন্ততঃ শেহতীয়া সময়ছোৱাত নীতিশ কুমাৰে সেই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ নিজা উদ্যোগত…

সংসদত আইন কিদৰে বাতিল কৰা হয়?

অৱশেষত বাতিল হল তিনি বিতৰ্কিত কৃষি আইন। দেশৰ কৃষক সমাজৰ ১৮ মাহজোৰা প্ৰতিবাদ আৰু প্ৰায় ৭০০ সাধাৰণ লোকৰ জীৱনৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত তিনিও খন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ…

মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি কোনে উত্থাপণ কৰিলে এন ডি এৰ সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী ?

এন ডি এত সকলো সুকলমে চলি থকা নাই ৷ নৰেন্দ্ৰ মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি এন ডি এত সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী উত্থাপণ হৈছে ৷ এই দাবী জনাইছে বিহাৰত বিজেপিৰ অন্যতম সহযোগী দল জেডি(ইউ)য়ে  ৷ ইয়াৰ পূৰ্বে জে ডি(ইউ)য়ে পেগাছাছ ছফটৱেৰ কাণ্ডৰ তদন্ত…