সংসদত আইন কিদৰে বাতিল কৰা হয়?
অৱশেষত বাতিল হল তিনি বিতৰ্কিত কৃষি আইন। দেশৰ কৃষক সমাজৰ ১৮ মাহজোৰা প্ৰতিবাদ আৰু প্ৰায় ৭০০ সাধাৰণ লোকৰ জীৱনৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত তিনিও খন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ…