Browsing Tag
nagaland
উত্তৰ-পূৰ্বাঞ্চলৰ এনে বহু ঠাই আছে যি পৰ্য্যটনৰ বিশেষ আকৰ্ষণ হ'ব পৰাৰ সামৰ্থ আছে। কিন্তু পৰ্যাপ্ত চর্চাৰ অভাৱৰ বাবেই এই ঠাই সমূহ আমাৰ অগোচৰে থাকি যায়। তেনে এখন ঠাইয়েই হৈছে ফুটছেৰো(Pfutsero)।
ক'ত আছে ফুটছেৰো? কেনেদৰে যাব পাৰিব ফুটছেৰোলৈ?…