সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

nagaland

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA৷ সিদ্ধান্ত ললে কেন্দ্ৰীয় চৰকাৰে৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow…

নাগালেণ্ডত আফস্পা আইন বাতিলৰ দাবীত প্ৰতিবাদ

আজি পুৱা ৬ বজাৰ পৰা আফস্পা আইন বাতিলৰ দাবীত আৰু মন জিলাৰ গণ হত্যাৰ ন্যায়ৰ দাবীত নাগালেণ্ডৰ শ শ নগা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগালেণ্ড চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি, মাস্ক পৰিধান কৰি ছয় বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ৭০ বছৰীয়া বয়সৰ…

চৰকাৰে দিয়া সাহায্য গ্ৰহণ নকৰে নাগালেণ্ডত সেনাই গুলীয়াই হত্যা কৰা ভুক্তভোগীৰ আত্মীয়ই

আজি কিছুদিন পূৰ্বে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ অতিং গাঁৱত ভাৰতীয় সেনাৰ নৃশংসতাৰ বলি হৈছিল ১৪ জনকৈ নীৰিহ ভাৰতীয় নাগৰিক। সেনাৰ বিবৃতি অনুসৰি ভাৰতীয় সেনাই ভুলতে গুলীয়াই হত্যা কৰিছিল সেই দুৰ্ভগীয়া শ্ৰমিকৰ দলটোক। এই ঘটনাই সমগ্ৰ…

নিৰ্বিচাৰ ধৰ্ষণ,হত্যালীলা চলাবলৈকে নেকি AFSPA?

১৯৯৫ চনৰ নাগালেণ্ডৰ ৰাজধানী ক'হিমা চহৰৰ ব্যস্ততাপূৰ্ণ এটা পুৱা। ভাৰতীয় সেনা বাহিনীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে হঠাৎ এখন চলন্ত গাড়ীৰ চকা ফুটিল।এই চকা ফুটা সাধাৰণ শব্দকে বোমা বুলি ভাবি ঘটনাস্থলীত উপস্থিত থকা সশস্ত্র সেনা বাহিনীয়ে…

কিয় নালাগে এই ক’লা আইন?

নাগালেণ্ডৰ ঘটনাৰ পিছতেই পুনৰ উত্থাপন হৈছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰসংগ৷প্ৰতি মুহুত্বতে মানৱ অধিকাৰ ভুলুণ্ঠিত কৰি অহা এই আইন বাতিলৰ দাবী উত্থাপন হৈছে সর্বত্ৰ৷কিন্তু এই আইন বাতিলৰ দাবী এইবাৰেই উত্থাপন হোৱা নাই৷দেশৰ উচ্চতম ন্যায়ালয়ৰ…

সেনাৰ মতে গাড়ী নৰখোৱা বাবেই নাগালেণ্ডত হত্যা কৰা হল নেকি নিৰীহ জনতাক?

নাগালেণ্ডৰ নৰমেধ যজ্ঞই জোকাৰিছে সমগ্ৰ দেশ । নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাত সেনাৰ গুলীত ১৪ গৰাকীকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ পিছত বিৰোধীৰ প্ৰতিবাদে উত্তাল কৰিছে সংসদৰ শীতকালীন অধিৱেশন। ভাৰতীয় সেনাৰ ভুলৰ বাবেই মৃত্যুবৰণ কৰা ১৪…

কিমান দিনলৈ সেনাৰ হাতত প্ৰাণ গৈ থাকিব নিৰীহৰ

সেনাৰ হাতত নিহত নিৰীহ৷ঘটনাৰ পিছতেই এতিয়া জ্বলিছে নগালেণ্ড৷নগালেণ্ডৰ এই ঘটনাৰ আৰত আছে এখন আইন৷যি আইনৰ দ্বাৰা এইবাৰেই নহয়,ইতিহাসৰ বিভিন্ন সময়ত বিভিন্নজনে প্ৰাণ হেৰুৱাই আহিছে সেনাৰ হাতত৷সেইবাবেই নাগালেণ্ডৰ এই ঘটনাৰ পিছত পুনৰবাৰ এই আইন বাতিৰ…

সেনাৰ গুলীত ১২ নীৰিহৰ মৃত্যু : কি কয় আছাম ৰাইফলছে ?

নাগালেণ্ডৰ গুলীচালনাৰ ঘটনাক লৈ বিবৃতি প্ৰকাশ কৰিছে আছাম ৰাইফলছে ৷ নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল কমেও ১২ গৰাকী নীৰিহ লোক ৷ এই ঘটনাৰ পাছত আছাম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে শণিবাৰৰ ঘটনাৰ বাবে তেওলোক গভীৰভাৱে…

নাগালেণ্ডৰ সেনাৰ গুলীত নিহত ১২ নিৰীহ লোক

সেনা বাহিনীৰ গুলীত নিহত হ’ল নাগালেণ্ডৰ ১২ গৰাকী নীৰিহ নাগৰিক ৷ নাগালেণ্ডৰ মন জিলাত সেনাৰ সন্ত্ৰাসদমন অভিযানৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয় ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি মন জিলাত ভুলবশত: সেনাই গুলীচালনা কৰাত ১২ জন নীৰিহ লোকৰ…

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে…

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ…