সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#monipur

মণিপুৰৰ বোমা বিস্ফোৰণত অসম ৰাইফলছৰ জোৱান নিহত…

বুধবাৰে, মণিপুৰত দুটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিগত দুটা মাহৰ ভিতৰত  চতুৰ্থটো বিস্ফোৰণ মণিপুৰত। বিস্ফোৰণত নিহত অসম ৰাইফলছৰ এজন জোৱান। মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত সংঘটিত হৈছিল এই ঘটনা। দুটা শক্তিশালী আই ই ডি…

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সর্বাধিক সাধাৰণ জনতাই প্ৰাণ হেৰুৱাই কিয় অসম-মণিপুৰত?

কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে লোকসভাত শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১৬ চনৰপৰা ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত মণিপুৰত সশস্ত্র সংঘৰ্ষত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মণিপুৰত।দ্বিতীয় স্থানত আছে অসম।যোৱা ছবছৰতে মণিপুৰত প্রাণ হেৰুৱাইছে…

মণিপুৰ এম্বুছ : দিপাৱলী উদযাপন কৰি এসপ্তাহ পূৰ্বে চট্টিছগড়লৈ উভতিছিল কৰ্ণেল ত্ৰিপাঠীৰ পিতৃ – মাতৃ

মণিপুৰত সন্দেহজনক পি এল এ উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত পত্নী – পু্ত্ৰসহ নিহত হ’ল ভাৰতীয় সেনাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী ৷ শণিবাৰে পুৱাৰ ভাগত সংঘটিত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী , তেওৰ পত্নী অনুজা ত্ৰিপাঠী , ৮ বছৰীয়া পুত্ৰ আবিৰ…