টেগ Modi

পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰীয়ে সাম্ভাৱ্য যিকোনো পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব লাগে তাৰ বৰ্ণনা দিবলৈ গৈ…

মোডীজী,এয়া ‘Act of God নে Act of Fraud ?

গুজৰাটত বিধিনসভা নিৰ্বাচন সমাগত । বিৰোধী দল আপৰ নিৰ্বাচনী প্ৰচাৰত জ্বলাকলা খাইছে শাসক দল বিজেপিয়ে।ইফালে বিগত ২৭ বছৰত উন্নয়নৰ ফটাঢোল শুনি ভাগৰি পৰিছে গুজৰাটী লোক ।প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও দলটোক কৰিছে একপ্ৰকাৰ নগুৰনাগতি ।প্ৰায় একে সময়তে কেবিনেটৰ কাৰ্যকাল অন্ত পৰিব যদিও হিমাচল…

RAILWAY FOR SALE : বিক্ৰীৰ বাবে সাজু ৪০০ ৰে’লৱে ষ্টেচন, বিলুপ্তিৰ পথত ৫০ শতাংশ চাকৰি

বিক্ৰী হ’ব ভাৰতীয় ৰে’লৱেৰ অধিকাংশ সম্পত্তি ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইনৰ আধাৰত ভাৰতৰ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰিকল্পনাৰ সবিশেষ তথ্য আহি পৰিছে The Crosscurrent ৰ হাতত ৷ The…

‘বিজেপিক ভোট দিয়ক,২০০০ টকাত চিলিণ্ডাৰ কিনক’

২০০০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰিব বিচাৰে নেকি?  তেন্তে ভোট দিয়ক মোডীক ! এই আহ্বান ৰাজনৈতিক কৌশলপ্ৰণেতা প্ৰশান্ত কিশোৰৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰীক সমালোচনা কৰি এনেদৰে কয় কিশোৰে। শুকুৰবাৰে পশ্চিম চম্পাৰণ জিলাৰ নাৰকতিগঞ্জ অঞ্চলত এক জনসভাত অংশ লৈ এনেদৰে মন্তব্য…

হিমাচলত হাৰিব বিজেপি?

টিকেট নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ! টিকেটৰ পৰা বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ।হিমাচল প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ।মুঠ ৬২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে ।কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অনুমোদন সাপেক্ষে প্ৰকাশ কৰা এই তালিকাত…

গুজৰাটত PMO ৰ কাৰ্যালয়?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়’ গুজৰাটত? সপ্তাহটোতেই কেইবাটাও কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীৰ ।গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত।।জোৰদাৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।সমাগত গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই ভ্ৰমণ কৰিছে গুজৰাট। মোডীৰ এই সঘন ভ্ৰমণক একপ্ৰকাৰ কটাক্ষ কৰিয়েই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে…

হয় ‘ঝুমলা’ নহয় ‘হামলা’ -প্ৰধানমন্ত্ৰীৰ ‘ডাবল ইঞ্জিন’ প্ৰকৃততে কি?

ডাবল ইঞ্জিন মানে হয় ‘ঝুমলা’,নহয় ‘হামলা’ ইডি,চিবিআই – কেন্দ্ৰৰ ‘চিকাৰী কুকুৰ’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়েই ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ কথা কয় !এই ‘ডাবল ইঞ্জিন’ৰ ভেদ ভাঙিছে তেলেংগানাৰ এগৰাকী মন্ত্ৰীয়ে ৷ ‘ডাবল ইঞ্জিন’ৰ কথা অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ মুখতেই নহয়,সভাপতি জে পি নাড্ডা,গৃহমন্ত্ৰী…

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ…

কোনোবাই দুশ টকা পালে,কোনোবাই নাপালে৷৷ নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ৰ সভালৈ আহি কাৰ কি দশা হ’ল?

কোনোবাই দুশ টকা পালে,কোনোবাই নাপালে৷ ৰেলত উঠাই মিটিংলৈ অনা ৰাইজক এৰি দিলে ষ্টেচনত৷ কোনোবাই পখৰ ৰদতো ৮ কিলোমিটাৰ খোজকাঢ়ি যাব লগা হল সভালৈ৷ কোনোবাই ভোকতে কটাব লগা হ’ল এটা দিন৷ নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ৰ সভালৈ আহি কাৰ কি দশা হ’ল? এক…