সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#majuliaccident

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ দুই বিষয়াক তলব

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালকক তলব কৰিছে বিধানসভা আইন ৰূপায়ন সমিতিয়ে। নিমাতিঘাটৰ শোকাৱহ নাওঁ দুৰ্ঘটনাৰ কাৰণ দৰ্শাব লাগিব বিষয়াকেইজনে। বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গঠন হোৱা বিশেষ সমিতিয়ে তলব কৰিছে বিষয়াকেইজনক। ঘটনা…

Just in- মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

অৱশেষত আজি উদ্ধাৰ হ'ল ভয়ংকৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । ঘটনাস্থলীলৈ ইতিমধ্যেই ৰাওনা হৈছে SDRFৰ দল। উল্লেখ্য যে মাজুলীৰ গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক আছিল…

মাজুলীত নিষিদ্ধ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী !

বুধবাৰে সংঘটিত হোৱা ভয়ানক নাওঁ দুৰ্ঘটনাৰ পাছৰে পৰা প্ৰতিবাদত উত্তাল হৈ আছে মাজুলী। মাজুলী জিলা ছাত্ৰ সন্থায়ে মাজুলীত নিষিদ্ধ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। মাজুলীবাসীক ক্ষমা নোখোজা পৰ্যন্ত মাজুলীত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে…

মাজুলীঃ দুর্ঘটনাগ্রস্ত ফেৰীত নাছিল লাইফ জেকেট-যাত্রীৰ টিকট

যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাই পুনৰ এবাৰ জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতা উন্মোচন কৰিলে৷ আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বুধবাৰে দুর্ঘটনাত পতিত হোৱা মা কমলা নামৰ ফেৰীখনত নাছিল কোনো সুৰক্ষা ব্যৱস্থা৷ প্রাপ্ত তথ্য মতে ফেৰীখনত…