সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

maharashtra

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক…

১৭হাজাৰ কাৰাবন্দীক দিব মুক্তি

ক'ৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। ১৭হাজাৰ কাৰাবন্দীক জে'লৰ পৰা মুকলি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে। অস্থায়ী জামিন বা পেৰলৰ যোগেদি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে…

ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ

এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ…