সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

madhyapradesh

আই চি ইউত জুই : ৪ টা শিশুৰ মৃত্যু

চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত চাৰিটা শিশুৰ মৃত্যু হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৷ সোমবাৰে নিশা ভূপালৰ কমলা নেহৰু হাস্পতালৰ পেডিয়েট্ৰিক আই চি ইউত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ সেই সময়ত ৫০ টা শিশু আই চি ইউত ভৰ্তি হৈ আছিল ৷ খবৰ পোৱাৰ…

চূড়ান্ত অন্ধ বিশ্বাস: ঈশ্বৰক সুখী কৰিবৰ বাবেই উলংগ কৰা হ’ল কিশোৰীক

মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত‌ কৰা এক জঘণ্য ঘটনা। গাঁওখনত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱা বাবেই গাওঁখনৰ ছয়গৰাকী কিশোৰীক গাওঁখনৰ চাৰিওফালে উলংগ কৰি লৈ যোৱা হয়। গাঁওবাসীৰ বিশ্বাস যে ইয়াৰ ফলত বৰুণ…

দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ শ্ৰমিকৰ…

আকৌ এটা দুৰ্ঘটনা আৰু পুণৰবাৰ প্ৰাণ গ’ল শ্ৰমিকৰ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ নৰসিংহপুৰ জিলাত ৷ জিলাখনৰ মুহৱানী থানাৰ অন্তৰ্গত পাঠা গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ট্ৰাক৷ ফলত ট্ৰাকখনত থকা ৫ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়৷ ট্ৰাকখনত মুঠ…