সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#lata_mangeshkar

কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ অস্থি সংগ্ৰহ

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। দেওবাৰে সন্ধিয়া ৭.১৬ বজাত শিৱাজী পাৰ্কত শেষাকৃত সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা অগনন…

শ্ল’ পইজন দি স্তব্ধ কৰিব বিচৰা হৈছিল লতা মংগেশকাৰৰ কণ্ঠ

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰত ৰত্ন লতা মংগেশকাৰে ৷ জীৱনৰ বেছিভাগ সময় তেও কটাইছিল সংগীত ষ্টুডিওত ৷ কিন্তু এইগৰাকী গায়িকাৰ কণ্ঠ চিৰদনলৈ স্তব্ধ কৰি দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ ইয়াৰ বাবে তেওৰ খাদ্যত মিহলোৱা হৈছিল শ্ল’ পইজন ৷…

ক্ৰিকেটপ্ৰেমীয়ে কিয় মনত ৰাখিব লতা মংগেশকাৰক ?

লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই ৷ কিন্তু ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে তেও হৈ ৰ’ব চিৰস্মৰণীয় ৷ কাৰণ, ১৯৮৩ চনত ভাৰতীয় ক্ৰিকেট দলে যেতিয়া বিশ্বকাপ ক্ৰিকেট জয় কৰিছিল , তেতিয়া ক্ৰিকেট দলটোক পুৰষ্কৃত কৰিবলৈ বি চি চি আইৰ ওচৰত কোনো ধন নাছিল ৷…

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে।

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। লতাজীয়ে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয়…

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অৱস্থা সংকটজনক

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অৱস্থা সংকটজনক। বিগত ১১ জানুৱাৰীত কভিড-১৯ত আক্ৰান্ত হৈছিল ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ। মুম্বাই ব্ৰিচকেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কিংবদন্তী গায়িকাগৰাকীক বৰ্তমানলৈকে চিকিৎসালয়ত পৰিয়ালৰ কোনো লোককে লগ…

লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত

ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত। ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। কিংবদন্তি গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। গায়িকাগৰাকীৰ বয়সৰ ওপৰত লক্ষ্য ৰাখি ICU ত চিকিৎসা কৰা হৈছে।